Ranjitas Countryside Blog
অসম বিধানসভাৰ নিৰ্বাচন সমাপ্ত হোৱাৰ পিছতে পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ড৹ হিমন্ত বিশ্ব শৰ্মা। এইবাৰ পশ্চিম বংগত বিজেপিৰ চৰকাৰ স্থাপনৰ লক্ষ্য বিজেপিৰ। যাৰ বাবে হিমন্ত বিশ্ব শৰ্মা সহ, অসম বিজেপিৰ জ্যেষ্ঠ কনিষ্ঠ সকলো নেতা...
২০২৬ ৰ বিধানসভা নিৰ্বাচনত কিয় বাঢ়িল ভোট দানৰ হাৰ!! এই সন্দৰ্ভত আমাৰ এক বিশ্লেষণ। সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনৰ ভোট দানৰ হাৰে পূৰ্বৰ ৪ টা নিৰ্বাচনৰ অভিলেখ ভংগ কৰিছে। অসমৰ জনতাই হিল দল ভাঙি ২০২৬...
চলিত মাহৰ পৰাই আৰম্ভ হৈছে ভোটাৰ বিশেষ নিবিড় পুনৰীক্ষণৰ কাম। অৰ্থাত Special intensive revision ৰ কাম। ইয়াৰ ফলত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ কঠোৰ ভাৱে পুনৰীক্ষণ কৰিব নিৰ্বাচনী বিষয়াই। পৰীক্ষণৰ বাবে ভোটাৰে কি কি নথিপত্ৰ...
৯ চেপ্তেম্বৰত দেশৰ উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন। জগদ্বিপ ধনখৰৰ পদত্যাগৰ পিছতে উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বাবে সাজু হৈছে কেন্দ্ৰ। ইয়াৰ মাজতে, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উপযুক্ত ব্যক্তিক উপ-ৰাষ্ট্ৰপতিৰ পদত অধীস্থিত কৰাৰো দাবী উত্থাপন দল-সংগঠনৰ। এই দাবী সামাজিক মাধ্যমত প্ৰথমে...
দেশত সনাতনী হিন্দু সভ্যতাৰ ওপৰত অগ্ৰাসন চলিছে। হিন্দুত্বক সুৰক্ষা দিবলৈ গঠন হৈছে হিন্দু ৰাষ্ট্ৰ ফ্ৰণ্ট। ভাৰতত হিন্দু ৰাষ্ট্ৰ দাবীৰে গঠন হৈছে এই হিন্দু ৰাষ্ট্ৰ ফ্ৰণ্ট। শণিবাৰে আছিল হিন্দু ৰাষ্ট্ৰ ফ্ৰণ্টৰ প্ৰথমখন ৰাজহুৱা সভা। এই...
সন্মুখত BTC নিৰ্বাচন। তাৰ পিছত ‘২৬ ৰ বিধানসভা বিধানসভা নিৰ্বাচন। বিজেপি ইতিমধ্যে সাঁজু হৈছে নিৰ্বাচনলৈ। বিশেষকৈ যুৱ প্ৰজন্মক লক্ষ্য কৰি বিজেপি আগবাঢ়িছে ‘২৬ লৈ। যুৱক-যুৱতীৰ বাবে কেন্দ্ৰ-ৰাজ্যৰ বিজেপি চৰকাৰে গ্ৰহণ কৰিছে বহু আচনি। বিশেষকৈ...
উত্তৰ অসমৰ বাবে মৃত্যুদূত স্বৰূপ NHPC ৰ বান্ধ এতিয়া কি স্থিতিত আছে কোনোবাই খবৰ ৰাখিছেনে? এসময়ত NHPC ৰ এই বান্ধৰ বিৰুদ্ধে প্ৰতিদিনেই সৰব আছিল অসমৰ দল সংগঠন। আন্দোলন কৰিছিল বৰ্তমানৰ শাসকীয় দল বিজেপিও। বান্ধ...
BTC ৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে, সিমানেই দূৰত্ব বাঢ়িছে BJP, UPPL ৰ মাজত। বাকযুদ্ধ আৰম্ভ হৈছে দুই দলৰ নেতৃত্বৰ মাজত। আৰম্ভ হৈছে অভিযোগ প্ৰতিঅভিযোগৰ ৰাজনীতি। প্ৰথমে শীতল যুদ্ধ আৰম্ভ হৈছিল বিজেপিৰ বোকোচাত উঠি...
BTC নিৰ্বাচনক লৈ বাজপেয়ী ভৱনত ঘনে ঘনে বহিছে বৈঠক। BTC নিৰ্বাচন অকলেই খেলিব বিজেপিয়ে। BTC ৰ ৫ জিলাৰ বাবে দ্বায়িত্ব দিয়া হৈছিল ৫ মন্ত্ৰীক। BTC ত দ্বায়িত্ব প্ৰাপ্ত ৫ মন্ত্ৰীয়ে দাখিল কৰিলে সমষ্টি ভিত্তিক...
পহলগামত পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে নৰসংহাৰ চলোৱাৰ পিছতে অসমত একাংশ লোকক ভাৰত বিৰোধী মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আনকি AIUDF ৰ ধিঙৰ বিধায়ক আমিনুল ইছলামেও কৰিছিল ভাৰত বিৰোধী মন্তব্য। ইয়াৰ পিছতে গ্ৰেপ্তাৰ হ’ল বিধায়ক আমিনুল ইছলাম।...
সৰু বৰ প্ৰতিটো ৰাজনৈতিক দলে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰি সাঁজু হৈছে পঞ্চায়ত নিৰ্বাচনলৈ। বিজেপি মিত্ৰজোঁট ইতিমধ্যে সাঁজু হৈছে মনোনয়ন দাখিল কৰিবলৈ। কিন্তু কংগ্ৰেছৰ হৈছে কি? বৰ্তমানলৈয়ো কংগ্ৰেছে প্ৰকাশ কৰিব পৰা নাই পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী...